08-02-2022 To 08-02-2022

17:00

https://bit.ly/Join_LeaPQuest_Constitution

Introduction to LeaP-Quest "Understanding and Appreciating The Constitution of India"

The Constitution of India is the lengthiest constitution in the world. Different features of our constitution are borrowed from different constitutions across the world. The constitution being the supreme law lays down the framework for governance of a country. It protects the rights of the people.

This LeaP-Quest will enable students of class VII to XII to: 

  1. Be aware of basic principles of the Indian Constitution.
  2. Identify the situation in real life where principals of constitution were at work or violated.
  3. Exercise their constitutional rights.
  4. Explore how a bill becomes an act.
Task of the LeaP-Quest (Select any one)

Task - 1

ধৰা হ‌ও‌‌ক তুমি এজন/এগৰাকী NGO কৰ্মকৰ্তা আৰু তুমি শিশু অধিকাৰৰ ওপৰত কাম কৰি আছা। তুমি দেখিবলৈ পাইছা যে বহুতো শিশুৱে শিক্ষাৰ অধিকাৰ পোৱা নাই আৰু বলপুৰ্বকভাৱে শিশু শ্ৰমিক হিচাপে কাৰখানাত কাম কৰি আছে। শিশুসকল তেওঁলোকৰ মৌলিক অধিকাৰৰ বিষয়ে জ্ঞাত নহয় যি তেওঁলোকক এইসময়ত সহায় কৰিব।

এটি ডিজিতেল সাধু/ ফ্লায়াৰ/ খেল প্ৰস্তুত কৰি ‌তেনে শিশুৰ মাজত বিতৰণ কৰা আৰু তেওঁলোকক তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ বিষয়ে জ্ঞাত কৰা। তোমালোকে তলত দিয়া কাৰ্য্যখিনিক নিৰ্দেশাৱলী বুলি ধৰি ল'ব পাৰা।

কাৰ্য্য ১:
ভাৰতীয় সংবিধানৰ আৰ্টিকল 21A, আৰ্টিকল 23, আৰ্টিকল 24ৰ বিষয়ে ইণ্টাৰনেটত বিচাৰি উলিওৱা।

কাৰ্য্য ২:
ওপৰোক্ত পৰিস্থিতিটোৰ লগত সংযোগ কৰিব চেষ্টা কৰা আৰু শিশুসকলে জানিবলগীয়া অধিকাৰসমূহ অংকিত কৰা।

কাৰ্য্য ৩:
কিছু চৰিত্ৰ/ চিত্ৰ/ বচনৰ জৰিয়তে এটি ডিজিতেল সাধু/ ফ্লায়াৰ/ খেল প্ৰস্তুত কৰা। অনুগ্ৰহ কৰি মনত ৰাখিবা যে ইয়াক ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু, অভিভাৱক সকলোৱে ব্যৱহাৰ কৰিব; গতিকে ইয়াক সহজ, দেখনিয়াৰ আৰু সংক্ষিপ্ত ৰাখিবা।

Resources

You can install the constitution app to see any of the above articles. 

or 

Article 21A: https://www.latestlaws.com/bare-acts/central-acts-rules/coi-article-21a-right-to-education

Article 23: https://www.constitutionofindia.net/constitution_of_india/fundamental_rights/articles/Article%2023

Article 24: https://www.constitutionofindia.net/constitution_of_india/25/articles/Article%2024

Login to ITE portal  and upload your  Project by clicking here

Learn how to upload

(Make sure you select Subject as Social Science and topic as "Constitution of India")

Suggested ICT applications but not limited to:

• Scratch

• Animaker

• Comic App

• Presentation

Task - 2

আমি জানো যে আমাৰ সংবিধানে আমাক মৌলিক অধিকাৰ দিছে আৰু লগতে ভাল নাগৰিকৰ দৰে মৌলিক দায়িত্ব অলপো অৰ্পণ কৰিছে। মৌলিক অধিকাৰখিনি এক সন্মানীয় জীৱন-জাপনৰ অতিকৈ দৰকাৰী আৰু মৌলিক দায়িত্বৰ জৰিয়তে এক দায়িত্বশীল জীৱন-জাপন কৰিব পাৰি।

যিহেতু বহুতেই মৌলিক অধিকাৰ আৰু মৌলিক দায়িত্বৰ বিষয়ে জ্ঞাত নহয়, গতিকে তোমালোকে মৌলিক অধিকাৰৰ আৰু মৌলিক দায়িত্বৰ ওপৰত অলপ গভীৰভাৱে গৱেষণা কৰি মৌলিক অধিকাৰৰ আৰু মৌলিক দায়িত্বৰ ওপৰত সমাজক অৱগত কৰোৱা। ইয়াৰ কাৰণে এক কুইজ খেল প্ৰস্তুত কৰি উলিয়াব পাৰা।

কাৰ্য্য ১:  মৌলিক অধিকাৰৰ আৰু মৌলিক দায়িত্বৰ বিষয়ে ইণ্টাৰনেটত বিচাৰা।

কাৰ্য্য ২:  যিকোনো এটা মৌলিক অধিকাৰ‌ বা মৌলিক দায়িত্ব বাচি লোৱা।

কাৰ্য্য ৩:  বাচি লোৱা বিষয়টোৰ ওপৰত গৱেষণা কৰা।

কাৰ্য্য ৪:  বাচি লোৱা বিষয়টোৱে উত্থাপন কৰা কথাবোৰ বিচাৰি উলিওৱা।

কাৰ্য্য ৫:  গৱেষণাৰ ওপৰত ভিত্তি কৰি ৫-১০ টা  MCQ প্ৰশ্ন প্ৰস্তুত কৰা। মন কৰিবা যাতে প্ৰশ্নখিনি ব্যৱহাৰিক হয়।

কাৰ্য্য ৬:  Google Form বা quiz-maker.com ব্যৱহাৰ কৰিব পাৰা।

কাৰ্য্য ৭:  অভিভাৱক আৰু বন্ধুক দেখাই তেওঁলোকৰ মতামত লোৱা।


Resource:
Fundamental Rights and Fundamental Duties (https://nios.ac.in/media/documents/secsocscicour/english/lesson-16.pdf)

Login to ITE portal  upload your Solution or Project by clicking here

(Make sure you select Subject as Social Science and topic as "Constitution of India")

Suggested ICT applications but not limited to:

  • Quiz-maker
  • Animaker
  • Scratch Animation

Task - 3

দৈনন্দিন জীৱনৰ কিছু উদাহৰণ/ ঘটনা বাছি উলিওৱা য'ত নেকি সংবিধানীয় মূল্যবোধৰ উলংঘা কৰা হৈছে।

১) যিমান পাৰা সিমান উদাহৰণ বাছি উলিওৱা।

২) এই ঘটনাবোৰ সংবিধানীয় মূল্যৰ লগত তুলনা কৰি কোনটো আইন অৱমাননা কৰা হৈছে তাক বাছি উলিওৱা।

৩) অতি কমেও যিকোনো দুটা সমস্যাৰ সমাধান বাছি উলিওৱা।

৪) তোমাৰ সংগ্ৰহ সমূহ সমাজ বিজ্ঞানৰ শিক্ষাগুৰুৰ লগত আলোচনা কৰা।

৫) এটি কাল্পনিক ৰেডিঅ’ পডকাষ্ট তৈয়াৰ কৰা আৰু তোমাৰ সংগ্ৰহসমূহেৰে দেশৰ মানুহক‌ মৌলিক অধিকাৰ আৰু মৌলিক দায়িত্বৰ বিষয়ে অৱগত কৰা।

Login to ITE portal  and upload your Solution or Project by clicking here

(Make sure you select Subject as Social Science and topic as "Constitution of India")

Suggested ICT applications but not limited to:

 Task - 4 

ধৰি লোৱা তুমি এজন  জনপ্ৰিয় ৰেডিঅ জকী (RJ) আৰু তুমি ড: বি আৰ আম্বেদকাৰৰ লগত 'ভাৰতৰ সংবিধান'ৰ উপৰত সাক্ষাৎকাৰ কৰিব সুযোগ পাইছা। এই সাক্ষাৎকাৰটো ৰেডিঅ পোদকাষ্ট সম্প্ৰচাৰিত হ'ব। এই পোদকাষ্ট নিম্নলিখিত কাৰ্য্যসমূহৰ জৰিয়তে  বনাব পাৰা।


কাৰ্য্য ১:  আম্বেদকাৰৰ কিছুমান ৰেকৰ্ডিং শুনা। ইয়াৰ কিছুমান লিংক তলৰ উৎসত দিয়া হৈছে। কিছুমান লিংক তুমি নিজেও বিচাৰি উলিয়াব পাৰা।

কাৰ্য্য ২:  কিছুমান প্ৰশ্ন আৰু হ'ব পৰা উত্তৰ বনোৱা। ভাৰতীয় সংবিধানৰ পৰিপ্ৰেক্ষিতত   আম্বেদকাৰৰ চিন্তা আৰু মতামতৰ ওপৰত  ইন্টাৰনেটত পোৱা কিছুমান সামগ্ৰী যেনে অডিঅ', ভিদিঅ', কিতাপ, বাতৰি কাকতৰ অনুচ্ছেদ ইত্যাদিৰো ব্যৱহাৰ কৰিব পাৰা।


কাৰ্য্য ৩:  তোমাৰ (ৰেডিঅ জকি অৰ্থাৎ RJ) আৰু আম্বেদকাৰৰ কাল্পনিক সাক্ষাৎকাৰ প্ৰস্তুত কৰা।

কাৰ্য্য ৪:  যিকোনো অডিঅ' ৰেকৰ্ডাৰ এপ ব্যৱহাৰ কৰি পদকাষ্টৰ কাৰণে এই অডিঅ' ৰেকৰ্ড কৰা।

কাৰ্য্য ৫:  অডিঅ' এডিতিং এপ ব্যৱহাৰ কৰি কিছু বস্তু যেনে সাংগীতিক শব্দ, বাণিজ্যিক বিৰতি ইত্যাদি সংলগ্ন  কৰিব পাৰা যাতে ইয়াক এক প্ৰকৃত পদকাষ্ট যেন লাগে।

Some resources on Dr. Ambedkar: 

  • https://www.youtube.com/watch?v=MO4nKp6QX1Y - Interview  with BBC
  • 31 Dr. Ambedkar excellent speech presenting Constitution of India- https://www.youtube.com/watch?v=48W1T6Z4EF8 (Hindi version)
  • BIRTH OF INDIA: The Constituent Assembly Declares India as Sovereign Republic https://www.youtube.com/watch?v=2nvbULa8KAQ (English version)
  • Samvidhan Episode 2/10 (https://www.youtube.com/watch?v=TVz6qKbYBmE) 
  • Samvidhaan - Episode 4/10 (Condensed Version) https://www.youtube.com/watch?v=KuTKJ9vWzho
Login to ITE portal  and upload your Solution or Project by clicking here
(Make sure you select Subject as Social Science and topic as "Constitution of India")
Suggested ICT applications but not limited to:

 Task- 5

আমাৰ চুবুৰীয়া দেশখবোৰত কিছু সমস্যাৰ সৃষ্টি হৈছে আৰু সেয়েহে কিছুলোকে ভাৰতত আশ্ৰয় লৈছে। তেনে এক পৰিয়ালে থাকিবলৈ আশ্ৰয় বিচাৰিছে আৰু এজন সদস্যই চাকৰিৰ সুযোগ বিচাৰি আছে।

এগৰাকী শিক্ষাৰ্থী হিচাপে তেওঁলোকক সহায় কৰিবৰ বাবে তোমাৰ কি ভূমিকা হ'ব যাতে ক্ষন্তেকসময়ৰ কাৰণে হলেও তেওঁলোকে থাকিবলৈ আশ্ৰয় পায়। লগতে এইটোও ভাবিবা যে সংবিধানৰ কোনকেইটা অনুচ্ছেদ (article) তেওঁলোকে নাগৰিকত্ব পোৱাৰ লগত জৰিত আছে।

কাৰ্য্য ১:  এনেকুৱা কিছু নথি - পত্ৰ বিচাৰি উলিওৱা যি তেওঁলোকক তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সহায় কৰিব।
কাৰ্য্য ২:  এই পৰিস্থিতি টো কোনো আইনৰ লগত সম্পৰ্কিত কৰিবলৈ চেষ্টা কৰা।

কাৰ্য্য ৩:  বিভিন্ন ৰাস্তা বিচাৰি উলিওৱা যাৰ জৰিয়তে তেওঁলোকে ভাৰতীয় সংবিধানৰ আধাৰত তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব ল’ব পাৰে।

কাৰ্য্য ৪:   এনে কিছু বেচৰকাৰী সংগঠন (NGO) বিচাৰি উলিওৱা যি এনেকুৱা দিশত কাম কৰি আহিছে আৰু নিজৰ দক্ষতাও প্ৰমাণ কৰিছে।

কাৰ্য্য ৫:  পৰিয়ালটোৰ সহায়ৰ কাৰণে লোৱা গোটেই সমাধানৰ  প্ৰক্ৰিয়াটো  এটি উপস্থাপন/ প্ৰেচেণ্টেচন অথবা ফটোষ্টোৰী (photostory)ৰ  জৰিয়তে বাখ্যা কৰা। \

কিছুমান উৎস তলত দিয়া গৈছে যাৰ জৰিয়তে তোমালোকে নাগৰিকত্ব আৰু ইয়াক প্ৰাপ্ত কৰাৰ ওপৰত কিছু ধাৰণা ল'ব পাৰিবা। শিক্ষাৰ্থীসকলে ইয়াৰ উপৰিও আন কিছু উৎসও নিজৰ ফালৰ পৰা ল'ব পাৰিব আৰু নিজৰ উপস্থাপন (presentation) প্ৰস্তুত কৰিব।

Resources:

  • Methods of Acquiring and Losing of Citizenship under Indian Citizenship Act
  • (https://www.legalserviceindia.com/legal/article-3602-methods-of-acquiring-and-losing-of-citizenship-under-indiancitizenship-act.html)
  • PART II CITIZENSHIP (https://www.mea.gov.in/Images/pdf1/Part2.pdf)
  • Citizenship (https://www.youtube.com/watch?v=9fZhnAr00JQ

Login to ITE portal  and upload your Solution or Project by clicking here

(Make sure you select Subject as Social Science and topic as "Constitution of India")

Suggested ICT applications but not limited to:

  • Spreadsheet / Excel
  • Scratch Animation
  • Powerpoint / Zoho Show
  • Canva
  • Animaker

Task - 6

দুগৰাকী শিক্ষাৰ্থীয়ে (মানিষ আৰু অনিষা) এটি পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি আছে যত মানিষ এজন প্ৰধানমন্ত্ৰী। মানিষে কৈছে যে যেতিয়া সি প্ৰধামন্ত্ৰী হব তেতিয়া সি নিম্নলিখিত আইনসমূহ বনাব।

১) কোনো মানুহে নিজৰ ইচ্ছা অনুযায়ী উপাধি লিখিব নোৱাৰিব। তেওঁলোকৰ জাতি অনুসৰিহে উপাধি লিখিব পাৰিব।

২) মই দুখীয়াৰ কাৰণে আৰু বহুত উন্নয়নমূলক আঁচনি চলাম।

৩) ক'লা ৰঙী ব্যক্তিক চলচিত্ৰ জগতলৈ সোমাব দিয়া নহ’ব।

মানিষ শুদ্ধনে? সি এনে নিয়ম বনাব পাৰিবনে? কাৰণ দৰ্শাই পৰিস্থিতিটোৰ ওপৰত এটা এনিমেটেড ভিডিঅ' প্ৰস্তুত কৰা।

 

Login to ITE portal  and upload your  Project by clicking here

Learn how to upload

(Make sure you select Subject as Social Science and topic as "Constitution of India")

Suggested ICT applications but not limited to:

  • Scratch Animation
  • Powerpoint / Zoho Show
  • Canva
  • Animaker