16-09-2021 To 22-09-2021

17:00

https://bit.ly/joinCFP2

Introduction to Part-II of the LeaP-Quest

Since the time of the Industrial Revolution, atmospheric CO2 concentrations have increased by a worrisome 43%. On a global scale, this is a significant change. Human activities emit 29 billion tons of carbon dioxide each year, and most of this derives from the burning of fossil fuels for energy.

Students will be able to explore the concept of carbon footprint, its relationship with our daily life, activities and how it affects climate change. They will also explore the relationship between global warming and their carbon footprint.

Problem Statements of the LeaP-Quest

Problem Statement - 1 (Game Making for Friends & Parents)

তোমাক তোমাৰ বিদ্যালয়ৰ সামুদায়িক নেতা হিচাপে নিয়োজিত কৰিছে আৰু কাৰ্বন পদচিহ্ন কমাবৰ বাবে অভিভাৱক সকলক সচেতন কৰিবৰ বাবে তোমাক দূত বনোৱা হৈছে।

মাক-দেউতাকসকলে সাধাৰণতে ভাৱে যে তেওঁলোকে সকলো জানে আৰু বেলেগৰ কথা শুনিব ইচ্ছা নকৰে, বিশেষকৈ তেওঁলোকৰ ল’ৰা-ছোৱালীৰ। সেইবাবে, নিজৰ মাক-দেউতাকৰ বাবে কাৰ্বন পদচিহ্নৰ ক্ষেত্ৰত সচেতন কৰিবলৈ এটা বিশেষ গেম ডিজাইন কৰিব কোৱা হৈছে। তোমালোকে ৫ বা ৬ জনীয়া দলত কাম কৰিব পাৰিবা।

গেমটোত প্ৰদৰ্শন কৰিব লাগিব :-

  • বাস্তৱ জীৱনৰ কাৰ্যকলাপ আৰু কাৰ্বন পদচিহ্নৰ মাজত সম্বন্ধ।
  • অভ্য়াস যি আমাৰ কাৰ্বন পদচিহ্ন কমাব পাৰে।

(তুমি এটি কথোপকথন, কুইজ, আন্তঃক্ৰিয়ামূলক গেম বনাব পাৰিবা)

Guide for Scratch application made by an Alumni Student for game-making:

https://youtu.be/jN0X3tkIdGI

Also lIve doubt clearing session & computational thinking session is arranged on 18th September 2021 from 5 pm using the same link

Resources:

1-carbon footprint | Definition, Examples, Calculation, Effects, & Facts | Britannica

2-What is a Carbon Footprint? | Tips to Reduce Carbon Footprint - Iberdrola

3-Carbon footprint - Wikipedia

Login to ITE portal  and upload your Model or Project by clicking here

Learn how to upload

(Make sure you select Subject as Chemistry and topic as "Carbon Footprint")

Suggested ICT applications but not limited to:

  • Scratch
  • Python
  • Unity
  • Construct 3

Problem Statement - 2 (Small Steps, Huge Impact)

Small steps, huge impact:  নিজৰ বিদ্যালয়ত ১০ টা কাৰ্যকলাপ তালিকাবদ্ধ কৰা যিটো তোমাৰ বিদ্যালয়ৰ কাৰ্বন পদচিহ্নত যোগ কৰা হয়।  নিজৰ বিদ্যালয়ত কাৰ্বন পদচিহ্ন কমাবৰ বাবে কিছু কাৰ্যকৰী উপায় (কমেও ৫ টা) বিচৰা।  তোমাৰ বিদ্যালয়ত কাৰ্বন পদচিহ্ন কমাবৰ বাবে বিদ্যালয়ৰ এছ.এম.ছি.(SMC) ক প্ৰদৰ্শন কৰিবৰ বাবে এই ধৰণে এটা প্ৰভাৱী বহনক্ষম অভিযান/যোজনা প্ৰস্তুত কৰিবা।

তুমি নিম্নলিখিত পৰিসৰবোৰ বিবেচনা কৰিব পাৰিবা কিন্তু সীমিত নহয়:

●নৱীকৰণযোগ্য শক্তিৰ বাচনি

●পুনৰাৱৰ্তন

●পানী সংৰক্ষণ

●মধ্যাহ্ন ভোজন

●পৰিৱেশ অনুকূল অভ্যাস গঢ়ি তোলা

●সেউজ ভাৱনা

●পচন সাৰ

●এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক বৰ্জন কৰক

●বিকল্প পৰিবহণ

Login to ITE portal  upload your Solution or Project by clicking here

(Make sure you select Subject as Chemistry and topic as "Carbon Footprint")

Suggested ICT applications but not limited to:

  • Spreadsheet / Excel
  • Powerpoint / Zoho Show
  • Canva
  • Animaker
  • Scratch Animation

Resources:

  1. https://www.woodlandtrust.org.uk/
  2. https://bn.vikaspedia.in
  3. https://bangla.popxo.com/article/how-to-save-water-in-bengali/
  4. ttps://bn.econologie.com/

Problem Statement - 3 (Consequences of Carbon Footprint)

অংশ - ১

যেতিয়া তুমি পথেদি গাড়ীৰে গৈ আছিলা, হঠাৎ সন্মুখৰফালে এটি ঘূৰ্ণীবতাহ আহি থকা দেখা পালা। এতিয়া তুমি সেই ঘূৰ্ণীবতাহৰ পৰা কেনেকৈ বাচিবা? সকলোতকৈ সুৰক্ষিত উপায় নিৰ্বাচন কৰা যাতে তুমি সেই ঘূৰ্ণীবতাহৰ পৰা সহজতে ৰক্ষা পৰিব পাৰা। এতিয়া, এই পৰিস্থিতিটো অনুকৰণ কৰি এটা গেম তৈয়াৰ কৰা (ছাত্ৰ-ছাত্ৰীয়ে দলত বনাব পাৰিব)।

Guidelines:-

  • use scratch.mit.edu for creating a game
  • use can make sprite in paint or free download 
  • use variables and make control of the game as well as think about how to score in this game.

অংশ - ২

জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আৰু আমাক ই কিদৰে প্ৰভাৱ পেলায় তাৰ সাম্ভাব্য সমাধানৰ সৈতে Scratch ৰ জৰিয়তে এটি এনিমেচন কাহিনী তৈয়াৰ কৰা। বিভিন্ন চৰিত্ৰ, কাহিনী, সংলাপ আৰু মঞ্চসজ্জা আদিৰ বিষয়ে ভাৱা (ছাত্ৰ-ছাত্ৰীয়ে দলত বনাব পাৰিব)।
Guideline:-

  • Use Sprites of animals as they can more be affected due to climate change 
  • Use text to speech in scratch 
  • Use different voice in scratch 
  • Add a time limit of 5 minutes

Resources:-

1-Climate change - Wikipedia

2-Cyclone - Wikipedia

2-carbon footprint | Definition, Examples, Calculation, Effects, & Facts | Britannica

3-What is a Carbon Footprint? | Tips to Reduce Carbon Footprint - Iberdrola

4-Carbon footprint - Wikipedia
 

Login to ITE portal  and upload your Solution or Project by clicking here

(Make sure you select Subject as Chemistry and topic as "Carbon Footprint")

Suggested ICT applications but not limited to:

  • Scratch Animation
  • Python
  • Unity

 Problem Statement - 4 

তোমাৰ দেশৰ পৰিবহণ ক্ষেত্ৰৰ বাবে যোৱা ৫ বছৰত হোৱা কাৰ্বন নিৰ্গমন বিচৰা। পৰিবহণ ক্ষেত্ৰখন কাৰ্বন বিহীন নিৰ্গমন কৰিবলৈ এটি কৌশলগত পৰিকল্পনা বা আৰ্হি প্ৰস্তুত কৰা।

তুমি নিম্নলিখিত পৰিসৰবোৰ বিবেচনা কৰিব পাৰিবা কিন্তু সীমিত নহয়:

●যিবোৰ বাহন অতি কম বা কাৰ্বন বিহীন ভাৱে নিঃসৰণ কৰে বা চলি থকা বাহনৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ অভিনৱ প্ৰযুক্তি বিদ্যাৰ বিষয়ে অন্বেষণ কৰা।

●ডিজেল আৰু পেট্ৰ’ল বা গেছ’লিনৰ বিকল্প হিচাপে পৰিষ্কাৰ ইন্ধন।

●চলি থকা যান-বাহনবোৰ সংশোধন আনিবলৈ /বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ তোমাৰ নিজৰ বিচাৰ, পৰামৰ্শ বা সমাধান দিবা।

Login to ITE portal  and upload your Solution or Project by clicking here
(Make sure you select Subject as Chemistry and topic as "Carbon Footprint")
Suggested ICT applications but not limited to:
  • Spreadsheet / Excel
    Powerpoint / Zoho Show
    Canva
    Animaker
    Scratch Animation

Resources

1. http://wgbis.ces.iisc.ernet.in/energy/paper/IISc_Emissions_from_Indias_Transport_sector/index.htm

2. https://www.bankbazaar.com/insurance/motor-insurance-guide/low-emission-green-cars-in-india.html

3. https://www.pca.state.mn.us/living-green/alternative-fuels-and-power-vehicles

 

 Problem Statement - 5

তোমালোকে জানা যে বিদ্যুত আৰু তাপ পাবলৈ আমি কয়লা, প্ৰাকৃতিক গেছ, তেল দহন কৰো আৰু সেউজ গৃহ গেছ নিৰ্গমনৰ ক্ষেত্ৰত বহুত বেছি দায়বদ্ধ হয়।

তোমাক এটা থাৰ্মেল পাৱাৰ ষ্টেচনৰ মহাপ্ৰবন্ধক হিচাপে নতুনকৈ নিযুক্ত কৰা হ’ল,

●এটা দলত সৰ্বাধিক ৫–৬ জন ছাত্ৰ-ছাত্ৰীয়ে কাম কৰিব আৰু নৱীকৰণযোগ্য/সেউজ বিদ্যুতৰ পৰিৱৰ্তনৰ সম্ভৱনা সম্পৰ্কে এটি পৰিকল্পনা বা এটি ভাৱ-বিনিময়ৰ আৰ্হি ডিজাইন কৰিব। (প্ৰয়োজন অনুসৰি প্ৰয়োজনীয় ধাৰণা কৰিবা)

বনাছ কাৰ্য: তোমালোকৰ পৰিকল্পনা অনুযায়ী যদি প্ৰয়োজনতকৈ বেছি বিদ্যুত উৎপাদন কৰিবলৈ সক্ষম হোৱা, তেতিয়া অতিৰিক্তভাৱে উৎপাদিত বিদ্যুতখিনি কি কৰিবা?

Login to ITE portal  and upload your Solution or Project by clicking here

(Make sure you select Subject as Chemistry and topic as "Carbon Footprint")

Suggested ICT applications but not limited to:

Scratch Animation

  • Spreadsheet / Excel
  • Powerpoint / Zoho Show
  • Canva
  • Animaker

 Resources and Weblinks for your reference

Historic Temperaturehttps://www.timeanddate.com/weather/india/kolkata/historic?month=5&year=2011

Thermal Power Station: https://www.youtube.com/watch?v=IdPTuwKEfmA

Working of Solar Power Plant: https://www.dw.com/en/how-does-a-solar-power-plant-work/a-5073142

Working of a Windmill: https://www.energy.gov/articles/how-wind-turbine-works

Working of Hydro Powerplant: https://www.electrical4u.com/hydro-power-plant-construction-working-and-history-of-hydro-power-plant/

Costing of Solar Panel: https://solarrooftop.gov.in/rooftop_calculator

Alternative Fuel: https://www.accenture.com/us-en/blogs/accenture-energy/searching-cleaner-fuel-alternatives-transport

Suggested ICT application

Scratch : https://scratch.mit.edu/projects/editor/?tutorial=getStarted

Spreadsheet / Excel

Powerpoint / Zoho Show

Canva

Lucid Chart : https://www.lucidchart.com/pages/concept-map

Animaker :  https://www.animaker.com/cartoon-maker