26-07-2021 To 30-07-2021

20:00

https://bit.ly/join_wq_intl

Introduction

Since the time of the Industrial Revolution, atmospheric CO2 concentrations have increased by a worrisome 43%. On a global scale, this is a significant change. Human activities emit 29 billion tons of carbon dioxide each year, and most of this derives from the burning of fossil fuels for energy.

Students will be able to explore the concept of carbon footprint, its relationship with our daily life, activities and how it affects climate change. They will also explore the relationship between global warming and their carbon footprint.

Problem Statements of the WebQuest

Problem Statement - 1 (Temperature)

তোমাৰ জিলাৰ যোৱা ১০ বছৰৰ মেমাহৰ গড় তাপমাত্ৰা উলিওৱা।  

  • প্ৰতিবছৰে গড় শতাংশৰ বৃদ্ধিৰ/হ্ৰাসৰ পৰিমাণ কিমান
  • যোৱা ১০ বছৰৰ তাপমাত্ৰা প্ৰদৰ্শন কৰিবলৈ Spreadsheet ব্যৱহাৰ কৰা। 
  • ২০৭১ চনৰ মে মাহত তোমাৰ জিলাৰ তাপমাত্ৰাৰ পৰিমাণ কিমান হব অনুমান কৰা। তোমাৰ উত্তৰৰ সপক্ষে এটি ব্যাখ্যা তোমাৰ দলৰ সৈতে ভাগ বিতৰণ কৰা। 

Login to ITE portal  and upload your Model or Project by clicking here

Learn how to upload

(Make sure you select Subject as Chemistry and topic as "Carbon Footprint")

Suggested ICT applications but not limited to:

  • Spreadsheet / Excel
  • Lucid Chart
  • Scratch Animation

Problem Statement - 2 (Thermal Power Station)

আইপিচিচি (IPCC; Intergovernmental Panel on Climate Change) ২০১৪ অনুসৰি, বিদ্যুৎ আৰু তাপৰ বাবে কয়লা, প্ৰাকৃতিক গেছ আৰু তেলৰ দহন হ’ল বিশ্বজুৰি সেউজগৃহ গেছ নিৰ্গমনৰ একমাত্ৰ সৰ্ববৃহৎ উৎস, যি ২০১০ চনৰ বিশ্বজুৰি সেউজগৃহ গেছ নিৰ্গমনৰ ২৫% । 

  • তোমাক নতুনকৈ এটা তাপবিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰৱন্ধক হিচাপে নিযুক্তি দিয়া হ’ল, যাৰ এবছৰত 4500 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা আছে, কিন্তু চৰকাৰৰ শেহতীয়া পাৰিপাৰ্শ্বিক নীতিয়ে কাৰ্বন নিৰ্গমন কমোৱা আৰু পুনঃনৱীকৰনযোগ্য/সেউজ শক্তি ৰূপান্তৰ কৰাত উৎসাহ যোগায়। 
  • সৰ্বাধিক ৫-৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ একোটা দলত কাম কৰা আৰু পুনঃনৱীকৰনযোগ্য/সেউজ শক্তি ৰূপান্তৰৰ সম্ভাৱনীয়তাৰ বিষয়ে এটি পৰিকল্পনা বা এটি আকৰ্ষণীয় আৰ্হি (Model) তৈয়াৰ কৰা (প্ৰয়োজন অনুসৰি আৱশ্যকীয় ধাৰণা কৰিব পাৰিবা) মুঠ প্ৰয়োজনীয় বিদ্যুৎৰ তুমি ১০০% বা ৫০% ৰ বেছি ৰূপান্তৰৰ কথা বিবেচনা কৰিব পাৰিবা।   
  • Bonus:· যদি তোমাৰ পৰিকল্পনাই প্ৰয়োজনীয় মুঠ বিদ্যুতৰ ১0০% বা ততোধিক বিদ্যুৎ উৎপন্ন কৰিবলৈ সক্ষম হয় তেনেহ’লে উৎপাদিত বিদ্যুতৰ অতিৰিক্তখিনি কি কৰিবা, শূণ্য কাৰ্বন নিৰ্গমন অৱস্থা পাবলৈ অভিযানত যোগদান দিবলৈ এটি কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিব পৰা পৰিকল্পনা প্ৰস্তুত কৰা।   

Login to ITE portal  upload your Solution or Project by clicking here

(Make sure you select Subject as Chemistry and topic as "Carbon Footprint")

Suggested ICT applications but not limited to:

  • Scratch Animation
  • Spreadsheet / Excel
  • Powerpoint / Zoho Show
  • Canva
  • Animaker

Problem Statement - 3 (Transportation)

আইপিচিচি ২০১৪ ৰ অনুসৰি, পৰিবহন ক্ষেত্ৰৰ পৰা হোৱা সেউজগৃহ গেছ নিৰ্গমন প্ৰধানতঃ পথ, ৰেল, বায়ু আৰু সামুদ্ৰিক পৰিবহনৰ বাবে দহন কৰা জীৱাশ্ম ইন্ধন জড়িত যিটো ২০১০ চনৰ বিশ্বজুৰি সেউজগৃহ গেচ নিৰ্গমনৰ ১৪% । বিশ্বৰ পৰিবহন শক্তিৰ প্ৰায় সকলোখিনিয়ে (৯৫%) পেট্ৰ’লিয়ামজাত ইন্ধনৰ পৰাই আহে, বহুলভাৱে পেট্ৰ’ল, গেছ’লিন আৰু ডিজেল। 

তোমাৰ দেশৰ যোৱা ৫ বছৰত পৰিবহন ক্ষেত্ৰৰ কাৰণে হোৱা কাৰ্বন নিৰ্গমন উলিওৱা, এটি সমাধান আৰ্হি প্ৰস্তুত কৰা আৰু সেই সময়ৰ অনুমান কৰা যি সময়ৰ ভিতৰত তোমাৰ দেশে শূণ্য কাৰ্বন নিৰ্গমন অৱস্থা পাব পাৰে (আৱশ্যকীয় ধাৰণা কৰিবা)। তুমি জানা যে জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বব্যাপী অভিনৱ পুজি (global innovation fund) এতিয়া উপলব্ধ। সেইবাবে তুমি বা তোমাৰ দলে এই অনুদানৰ বাবে আবেদন কৰিব পাৰা। পৰিবহন ক্ষেত্ৰক কাৰ্বনহীন নিৰ্গমন অৱস্থালৈ গতি দিয়াৰ বাবে এক কৌশলী পৰিকল্পনা বা আৰ্হি বনোৱা লগতে ইয়াক বাস্তবায়িত কৰাৰ বছৰৰ সংখ্যাও উল্লেখ কৰিবা।  

  • তোমাৰ পৰিকল্পনা তলৰ ক্ষেত্ৰসমূহ বিবেচনা কৰিব পাৰে কিন্তু ইয়াতে সীমিত নহয়:
  • যান-বাহনৰ বাবে বিভিন্ন প্ৰকাৰৰ উত্তম প্ৰযুক্তি আৰু ইয়াৰ সহজসাধ্যতাৰ তুলনা যাতে চলিত বাহনসমূহৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। 
  • বিকল্প পৰিষ্কাৰ ইন্ধন অন্য ডিজেল আৰু পেট্ৰ’ল বা গেছ’লিন
  • পৰিবহন নীতিসমূহৰ বাবে পৰিৱৰ্তন
  • তোমাৰ নিজৰ ধাৰণা, পৰামৰ্শ বা সমাধান যিবোৰ বৰ্তমান চলিত বাহনসমূহৰ সংশোধন/বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। 

Login to ITE portal  and upload your Solution or Project by clicking here

(Make sure you select Subject as Chemistry and topic as "Carbon Footprint")

Suggested ICT applications but not limited to:

  • Scratch Animation
  • Spreadsheet / Excel
  • Powerpoint / Zoho Show
  • Canva
  • Animaker
  • Lucid Chart

 Resources and Weblinks for your reference

Historic Temperature: https://www.timeanddate.com/weather/india/kolkata/historic?month=5&year=2011

Thermal Power Station: https://www.youtube.com/watch?v=IdPTuwKEfmA

Working of Solar Power Plant: https://www.dw.com/en/how-does-a-solar-power-plant-work/a-5073142

Working of a Windmill: https://www.energy.gov/articles/how-wind-turbine-works

Working of Hydro Powerplant: https://www.electrical4u.com/hydro-power-plant-construction-working-and-history-of-hydro-power-plant/

Costing of Solar Panel: https://solarrooftop.gov.in/rooftop_calculator

Alternative Fuel: https://www.accenture.com/us-en/blogs/accenture-energy/searching-cleaner-fuel-alternatives-transport

Suggested ICT application

Scratch : https://scratch.mit.edu/projects/editor/?tutorial=getStarted

Spreadsheet / Excel

Powerpoint / Zoho Show

Canva

Lucid Chart : https://www.lucidchart.com/pages/concept-map

Animaker :  https://www.animaker.com/cartoon-maker