06-05-2021 To 12-05-2021

11:30

https://tiss.zoom.us/j/99053557366

Introduction

দৈনন্দিন জীৱনৰ বিভিন্ন ৰাসায়নিক বিক্ৰিয়া, বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ/বিভিন্ন পৰিস্থিতিত সাঙোৰ খোৱা আদি ঘটনাৱলীক ৰসায়নৰ বিজ্ঞানৰ সৈতে অন্বেষণ, উপলব্ধি আৰু সংযোগ

Recording of the live session Day 1 (WebQuest task explained in English)

Challenge - 1 (News Headlines)

উপৰোক্ত বাক্যসমূহ বিভিন্ন বাতৰিকাকতৰ কাটিঙৰ পৰা লোৱা শিৰোনাম। মূখ্য বিষয়বস্তু চিনাক্ত কৰা আৰু উপৰোক্ত উপাদানসমূহ অন্তৰ্ভূক্ত কৰি এটা কাৰণ-প্ৰভাৱ-সমাধান মডেল বিকাশ কৰা।

বিভিন্ন বাতৰিকাকতৰ কাটিঙৰ পৰা শিৰোনামসমূহ

“Fire and Ice : The signs of a climate breakdown” (“জুই আৰু বৰফ: জলবায়ু ধ্বংসৰ লক্ষণ”)

“Indian Monsoon turning stronger and more erratic” (“ভাৰতীয় মৌচুমী বায়ু অধিক শক্তিশালী আৰু অস্থিৰগতি/অনিয়মিত”)

“India may build new coal plants due to low cost despite ______” ( “কম খৰচী হোৱা বাবে ____স্বত্ত্বেও ভাৰতে নতুন কয়লা প্ৰকল্প নিৰ্মাণ কৰিব পাৰে”)

“G20, net zero emissions and India’s role” (“জি20, নেট জিৰো নিৰ্গমন আৰু ভাৰতৰ ভূমিকা”)

“India baulks at carbon neutral target as pressure grows” ( “বৰ্ধিত চাপৰ লগে লগে কাৰ্বন প্ৰশম কৰাৰ লক্ষ্যত ভাৰতৰ বাধা প্ৰদান”)

Login to ITE portal  and upload your Model or Project by Clicking Here

Learn how to upload

(Make sure you select Subject as Chemistry and topic as "Chemistry in Everyday Life")

Suggested ICT applications but not limited to:

  • Lucid Chart
  • Piktochart
  • Video making app
  • Scratch Animation

Challenge - 2 (চীনা বাদাম Peanuts)

তুমি আৰু তোমাৰ বান্ধৱী কুমকুমে বাদাম (চীনা বাদাম) খাই আছিলা। হঠাতে কুমকুমে হাঁচিয়াবলৈ ধৰিলে, চকু ৰঙা হ’ল আৰু তাইৰ ছালত আঁচোৰাৰ দৰে উখহি উঠিল। কিন্তু তোমাৰ তাত তাৰ কোনো প্ৰভাৱ পৰা নাই। এতিয়া তুমি তোমাৰ বান্ধৱীক কেনেদৰে সহায় কৰিবা? ইয়াত কোনবিধ ৰাসায়নিক পদাৰ্থ বা ঔষধ উপযোগী হ’ব পাৰে? এটা Artifacts প্ৰস্তুত কৰা, যিয়ে এটি উপযুক্ত সমাধানৰ সৈতে সমস্যাটি বৰ্ণনা কৰে।

তুমি তলৰ কথা কেইটাও চাব পাৰা:

  • Identify the problem 
  • Market name of those medicines
  • Chemical Composition
  • Cost
  • Side effects
  • Effect on overdose

Login to ITE portal  upload your Solution or Project by Clicking Here ,  Learn how to upload

(Make sure you select Subject as "Chemistry" and topic as "Chemistry in Everyday Life")

Suggested ICT applications but not limited to:

  • Scratch Animation
  • Photostory
  • Powerpoint / Zoho Show

Challenge - 3 (Production of Oxygen)

এই কোভিড 19 মহামাৰীত, মানুহক জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজন। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, তোমাৰ বিদ্যালয়ৰ শিক্ষকে তোমাৰ লগতে তোমাৰ দলক তোমালোকৰ বিদ্যালয়ৰ ৰসায়ন বিজ্ঞানাগাৰত পানীৰ পৰা অক্সিজেন আহৰণ কৰিবলৈ ক’লে। প্ৰক্ৰিয়াটো বিস্তৃতভাৱে ব্যাখ্যা কৰা।

তুমি তলৰ কথা কেইটাও চাব পাৰা:

  • Required chemical combinations to produce oxygen
  • Process and instruments involved or required
  • Effect on environment
  • Cost-Effectiveness
  • The volume of production to time required

 

Login to ITE portal  and upload your Solution or Project by Clicking Here , Learn how to upload

(Make sure you select Subject as Chemistry and topic as "Chemistry in Everyday Life")

Suggested ICT applications but not limited to:

  • Beaker App (Keep screen recording)
  • Lucid Chart

 Challenge - 4 (Egypt Tour)

তুমি তোমাৰ পৰিয়ালৰ সৈতে ইজিপ্ত ভ্ৰমণত আছা আৰু কাইৰোৰ বিখ্যাত পিৰামিড চাবলৈ গৈছা। তাত থাকোতে তোমালোকৰ ট্ৰেভেল গাইডে ক’লে যে ফাৰাউনৰ শৱদেহ সমূহত নিমখ সানি দিয়া হৈছিল।  

এইটো কিয় কৰা হৈছিল তুমি কি ভাৱা? এটি উপযুক্ত সমাধানৰ সৈতে সমস্যাটি বৰ্ণনা কৰিবলৈ Artifacts প্ৰস্তুত কৰা। বৰ্তমান উপলব্ধ অন্য বিকল্প ৰাসায়নিক পদাৰ্থসমূহ কি কি?

Login to ITE portal  and upload your Solution or Project by Clicking Here  Learn how to upload

(Make sure you select Subject as Chemistry and topic as "Chemistry in Everyday Life")

Suggested ICT applications:

  • Photo Story
  • Zoho Show / Powerpoint
  • Cartoon Animation
  • Powtoon

 Challenge - 5 (Art & Craft)

শিল্পকলাৰ শ্ৰেণীত, তোমাৰ বান্ধৱী মীনাৰ আঙুলিত অকণমান কাটিলে, কিন্তু ইয়াৰ পৰা বৰ ডাঙৰ কথা একো হোৱা নাছিল। পিচত তাই বিষ অনুভৱ কৰিলে আৰু তাইৰ আঙুলিটো ফুলি উঠাৰ  লগতে তাৰ পৰা পূঁজ নিগৰি থকা পালে।  

তুমি মীনাক সেই বিষৰ পৰা সকাহ দিবলৈ আৰু তাইৰ আঙুলিটোৰ চিকিৎসাৰ বাবে কি কৰিবা? কেনেকুৱা ধৰণৰ ৰাসায়নিক পদাৰ্থ বা ঔষধ তুমি পচন্দ কৰিবা?

  • সম্ভাব্য প্ৰভাৱ আৰু পাৰ্শ্বক্ৰিয়া বিচাৰি উলিওৱা 
  • এটা Artifacts প্ৰস্তুত কৰা, যিয়ে এটি উপযুক্ত সমাধানৰ সৈতে সমস্যাটি বৰ্ণনা কৰে।

তুমি তলৰ কথা কেইটাও চাব পাৰা:

  • সেইবোৰ ৰাসায়নিক পদাৰ্থৰ বজাৰৰ নাম আৰু চিকিৎসাৰ আগত আৰু পিচত তুলনা কৰা
  • ৰাসায়নিক সংমিশ্ৰণ আৰু বৈকল্পিক সংমিশ্ৰণ
  • কাৰ্যকাৰিতাৰ তুলনা
  • অতিৰিক্ত মাত্ৰা (overdose) সেৱনৰ প্ৰভাৱ

Login to ITE portal  and upload your Solution or Project by Clicking Here , Learn how to upload

(Make sure you select Subject as Chemistry and topic as "Chemistry in Everyday Life")

  Challenge - 6 (ৰামু প্ৰচণ্ড জ্বৰত ভূগি আছে High  Fever of Ramu)

তোমাৰ বন্ধু ৰামু প্ৰচণ্ড জ্বৰত ভূগি আছে, তেতিয়া কোনোৱে পৰামৰ্শ দিলে যে তুমি ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে কিন্তু তুমি ডাক্তৰক লগ পাৱলৈ সক্ষম হোৱা নাই আৰু চহৰৰ সকলোবোৰ ডাক্তৰখানা বন্ধ আছে। তাক জ্বৰৰ পৰা সকাহ দিয়াৰ বাবে তুমি ওচৰৰ ফাৰ্মাচীখনলৈ গৈছা। তুমি কোনবিধ ঔষধ বিচাৰিবা? সম্ভাব্য পাৰ্শ্বক্ৰিয়াসমূহ মনত ৰাখিবা। এটা Artifacts প্ৰস্তুত কৰা, যিয়ে এটি উপযুক্ত সমাধানৰ সৈতে সমস্যাটি বৰ্ণনা কৰে। 


তুমি তলৰ কথা কেইটাও চাব পাৰা:

  • Generic name of those medicines (সেই ঔষধ সমূহৰ সাধাৰণ নাম)
  • Reason for selection of that medicine (সেই ঔষধবিধ বাচি লোৱাৰ কাৰণ)
  • Chemical composition and alternative compositions (ৰাসায়নিক সংমিশ্ৰণ আৰু বৈকল্পিক সংমিশ্ৰণ)
  • Chemical structure of the medicine (ঔষধবিধৰ ৰাসায়নিক গঠন)
  • Cost (খৰচ)
  • Effect of overdose (অতিৰিক্ত মাত্ৰা সেৱনৰ প্ৰভাৱ)
  • Side Effect (পাৰ্শ্বক্ৰিয়া)

Login to ITE portal  and upload your Solution or Project by Clicking Here , Learn how to upload

(Make sure you select Subject as Chemistry and topic as "Chemistry in Everyday Life")

 Challenge - 7 (The Taj Mahal)

তুমি আৰু তোমাৰ সহপাঠীসকল বিদ্যালয়ৰ এটি ভ্ৰমণত আগ্ৰাত থকা পৃথিৱীৰ সাতটা আশ্বৰ্যৰ অন্যতম আশ্বৰ্যটোক চাবলৈ গৈছা। তুমি তোমাৰ শেহতীয়া তাজমহল ভ্ৰমণ আৰু বগা মাৰ্বলবোৰ দেখিবলৈ কিমান উজ্জ্বল আৰু তাৰ ওপৰত থকা ধুনীয়া অংকনবোৰৰ কথা সহপাঠীসকলক খুব উৎসাহেৰে কৈছা। অৱশ্যে সেইস্থানত উপস্থিত হোৱাৰ পিচত, তুমি লক্ষ্য কৰিলা যে তাজমহলটো কিছুপৰিমাণে হালধীয়া হৈছে আৰু বেছিভাগ অংকনেই পোত গৈ লীন হৈছে। ইয়াৰ কাৰণ অন্বেষন/গৱেষণা কৰা আৰু সম্ভাব্য পৰামৰ্শ দি এটা Artefact প্ৰস্তুত কৰা।

Login to ITE portal  and upload your Solution or Project by Clicking HereLearn how to upload

(Make sure you select Subject as Chemistry and topic as "Chemistry in Everyday Life")

Suggested ICT applications:

  • Podcast: Audacity,
  • Video Making app,
  • Scratch Animation

 Resources and Weblinks for your reference

Teens Raise Funds for Solar Panels for their High School - Bing video

Global warming and India

Why Has The Taj Mahal Turned Yellow? » Science ABC

https://www.rxlist.com/antacids/drug-class.htm

https://www.univarsolutions.com/blog/preservatives-natural-alternative/

https://www.medicinenet.com/amoxicillin-oral/article.htm

Suggested ICT application

Scratch : https://scratch.mit.edu/projects/editor/?tutorial=getStarted

Beaker app : https://play.google.com/store/apps/details?id=air.thix.sciencesense.beaker&hl=en

Piktochart : https://piktochart.com/

Lucid Chart : https://www.lucidchart.com/pages/concept-map

Animaker :  https://www.animaker.com/cartoon-maker

Video Making:( Kinemaster, Movie maker)

Postermywall :https://www.postermywall.com/index.php/landingpage